About me

 

নমস্কাৰ মই প্ৰসেনজিৎ,
আপোনালোকে ইতিমধ্যে মোৰ
Youtube চেনেলত বহুতো ভিডিঅ চাইছে । বহুতে   নোটছ্‌ লাগে বুলি কৈছিল । গতিকে আপোনালোকৰ অনুগ্ৰহত
ৱেবচাইটো টো খোলা গৈছে আৰু এই ৱেবছাইট টোৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰী সুবিধা হ’ব। এই
ৱেবছাইট টোত ক্লাছ 9 ৰ পৰা ক্লেছ 10 লৈ গনিত, উচ্চ গনিত আৰু বিজ্ঞানৰ নোটছ্‌ দিয়া হ’ব
লগতে প্ৰতিটো বিষয়ৰে নোটছ্‌ দি যাবলৈ চেষ্ঠা কৰা হ’ব।

আৰু এইখিনিৰ বাবে
আপোনালোকৰ সহায় সহযোগিতা লাগিব। ৱেবছাইট টি যিমান পাৰে
share
কৰিব যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ
পঢ়াত  সহায় হয়।