class 9 science

শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান অধ্যায়-২ ১। শব্দ কি আৰু ইয়াক কেনেকৈ উত্পন্ন কৰা হয়? উত্তৰ : শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বিভিন্ন বস্ত্তৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। ২। শব্দৰ উত্সৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উত্পন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰ : স্পন্দনশীল বস্তুৱে সন্মূখৰ বায়ু খিনিক ঠেলি …

শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) প্ৰশ্নাৱলী-১ ১। কলা কাক কি? উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে। ২। বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ? উত্তৰ : বহুকোষী জীৱৰ শৰীৰত বিভিন্ন কাৰ্য কৰিবলৈ জীৱকোষ বিলাকে নানা ধৰণৰ বৈশিষ্ট্য লাভ কৰে। ফলত জীৱদেহৰ ভিনভিন অংশ বা অংগ-প্ৰতংগৰ …

কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »