class 9 science chapter 6 question answer in assamese

কলা(আৰম্ভনি)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) ভাজক কলা : বিভাজনক্ষম কোষৰ সমষ্টি : কলা স্থান কাৰ্য 1. অগ্ৰস্থ উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশ। কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। 2. পাৰ্শ্বীয় কাণ্ডৰ পাৰ্শ্ব অংশ। ই কাণ্ডৰ কলেৱৰ বৃদ্ধি কৰে। 3. নিবেশিত উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে। নতুন ঠাল ঠেঙুলিৰ বৃদ্ধি। …

কলা(আৰম্ভনি) Read More »

কলা (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) ১। “কলা” ৰ সংজ্ঞা দিয়া। উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে। ২। কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা। উত্তৰ : জাইলেম হ’ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি। সেই অনুসৰি জাইলেমত চাৰি প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰ …

কলা (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) প্ৰশ্নাৱলী-১ ১। কলা কাক কি? উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে। ২। বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ? উত্তৰ : বহুকোষী জীৱৰ শৰীৰত বিভিন্ন কাৰ্য কৰিবলৈ জীৱকোষ বিলাকে নানা ধৰণৰ বৈশিষ্ট্য লাভ কৰে। ফলত জীৱদেহৰ ভিনভিন অংশ বা অংগ-প্ৰতংগৰ …

কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »