আমাৰ চাৰিওকাষৰ বস্তুবোৰ (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায়- ১ প্ৰশ্নাৱলী – ১ ১। তলৰ কোনবোৰ পদাৰ্থ ? চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস। উত্তৰ : পদাৰ্থ : চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়। ২। তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্ত্তৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্ত্ত ঠাণ্ডা বস্ত্তৰ গোন্ধ পাবলৈ বস্ত্তটোৰ ওচৰত যাব লাগে। …

আমাৰ চাৰিওকাষৰ বস্তুবোৰ (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »