class 9 maths chapter 1 in assamese

সংখ্যা প্ৰণালী (অনুশীলনী 1.2)

নৱম শেণী গণিত ১। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। (ক) প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। (খ) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য’ত m এটা স্বাভাৱিক সংখ্যা। (গ) প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। উত্তৰ : (ক) সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা …

সংখ্যা প্ৰণালী (অনুশীলনী 1.2) Read More »

সংখ্যা প্ৰণালী (অনুশীলনী 1.1)

নৱম শ্ৰেণী 1/ শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়? ইয়াক p/q আৰ্হিত (ইয়াত, p,q অখণ্ড সংখ্যা আৰু q≠0) প্ৰকাশ কৰিব পাৰিনে? উত্তৰ : শূ্ন্যটো এটা পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াত, p,q অখণ্ড সংখ্যা আৰু q≠0 অৰ্থাত্, 0=0/1, 0/2 ইত্যাদি। ২। 3আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা। উত্তৰ : …

সংখ্যা প্ৰণালী (অনুশীলনী 1.1) Read More »