class 10 science chapter 10 in assamese

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10 ১।ফ তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? (a)পানী   (b)কাঁচ   (c)প্লাষ্টিক (d)মৃত্তিকা উত্তৰ : (a)পানী ২। অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসত্, থিয় আৰু লক্ষ্যবস্ত্ততকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্ত্তৰ অৱস্থান ক’ত হ’ব লাগিব? মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত। ভাঁজ কেন্দ্ৰত। ভাঁজ কেন্দ্ৰৰ বাহিৰত। দাপোনৰ মেৰু আৰু তাৰ …

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰন (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10 প্ৰশ্নাৱলী- ১ (Page- 168) ১।অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া। উত্তৰ : অৱতল দাপোণৰ ক্ষেত্ৰত মূখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰা ৰশ্মিবোৰ প্ৰতিফলকৰ পাছত মূখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মূখ্য ফ’কাছ বোলে। চিত্ৰত F হ’ল মূখ্য ফ’কাছ বোলে। ২। গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20cm । ইয়াৰ ফ’কাছ দৈৰ্ঘ্য …

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰন (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (চমু প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10 ১। পোহৰৰ প্ৰতিফলন কাক বোলে? উত্তৰ : যি পৰিঘটনাৰ দ্বাৰা মিহি সমতলত আপতিত হৈ নিৰ্দিষ্ট নিয়ম অনুসৰি পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায়, তাকে পোহৰৰ প্ৰতিফলন বোলে। ২। পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা লিখা। উত্তৰ : (ক) আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু (খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব …

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (চমু প্ৰশ্ন আৰু উত্তৰ) Read More »