সংহতি (অনুশীলনী 1.1)

দশম শ্ৰেণী উচ্চ গণিত 1. সংহতি A= {x:x 𝞊 N আৰু x ≤ 10} আৰু 𝟇 ৰ বাবে তলত দিয়া বিলাক নিৰ্ণয় কৰা (a) n(A) আৰু n(𝟇)    (b) n(AU𝟇) আৰু n(A∩𝟇) Soln : ইয়াত, A={x:x 𝞊 N আৰু x ≤ 10}            ={1,2,3,……,10} (a) n(A) = 10 আৰু n(𝟇)=0 (b) n(AU𝟇)= n(A)+ n(𝟇)          …

সংহতি (অনুশীলনী 1.1) Read More »