Class 9 Science

অণু আৰু পৰমাণু (অণুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

Class 9 অণুশীলনী -3 ১। অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগৰ শতকৰা সংযুতি গণনা কৰা । উত্তৰ : 0.24g যৌগত আছে 0.096g ব’ৰণ। এতেকে, 100g যৌগত আছে = বৰণৰ ওজন / নমুনাৰ ওজন x 100                  = 0.096 x 100 / …

অণু আৰু পৰমাণু (অণুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

অণু আৰু পৰমাণু (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-3) প্ৰশ্নাৱলী-১ ১। বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উত্পাদিত দ্ৰৱ্যবোৰ আছিল 2.2g কাৰ্বন ডাই অক্সাইড, 0.9g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। উত্তৰ : ছডিয়াম কাৰ্বনেটে + ইথানয়িক এছিড → ছডিয়াম ইথানয়েট + কাৰ্বন ডাই অক্সাইড + পানী ছডিয়াম …

অণু আৰু পৰমাণু (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান অধ্যায়-২ ১। শব্দ কি আৰু ইয়াক কেনেকৈ উত্পন্ন কৰা হয়? উত্তৰ : শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বিভিন্ন বস্ত্তৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। ২। শব্দৰ উত্সৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উত্পন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰ : স্পন্দনশীল বস্তুৱে সন্মূখৰ বায়ু খিনিক ঠেলি …

শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

শব্দ (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়) প্ৰশ্নাৱলী-1 ১। স্পন্দনশীল বস্ত্ত এটাই মাধ্যমত উত্পন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ? উত্তৰ: স্পন্দনশীল বস্ত্ত এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণা বিলাকক কপিবলৈ বাধ্য কৰে। কম্পমান বস্ত্তৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা প্ৰথমে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। তাৰ পিছত ই নিকটবৰ্তী কণাটোৰ ওপৰত হল প্ৰয়োগ কৰে ফলত নিকটবৰ্তী …

শব্দ (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

কলা(আৰম্ভনি)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) ভাজক কলা : বিভাজনক্ষম কোষৰ সমষ্টি : কলা স্থান কাৰ্য 1. অগ্ৰস্থ উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশ। কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। 2. পাৰ্শ্বীয় কাণ্ডৰ পাৰ্শ্ব অংশ। ই কাণ্ডৰ কলেৱৰ বৃদ্ধি কৰে। 3. নিবেশিত উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে। নতুন ঠাল ঠেঙুলিৰ বৃদ্ধি। …

কলা(আৰম্ভনি) Read More »

কলা (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) ১। “কলা” ৰ সংজ্ঞা দিয়া। উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে। ২। কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা। উত্তৰ : জাইলেম হ’ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি। সেই অনুসৰি জাইলেমত চাৰি প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰ …

কলা (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6) প্ৰশ্নাৱলী-১ ১। কলা কাক কি? উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে। ২। বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ? উত্তৰ : বহুকোষী জীৱৰ শৰীৰত বিভিন্ন কাৰ্য কৰিবলৈ জীৱকোষ বিলাকে নানা ধৰণৰ বৈশিষ্ট্য লাভ কৰে। ফলত জীৱদেহৰ ভিনভিন অংশ বা অংগ-প্ৰতংগৰ …

কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে (Important Question Answer)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-2) ১। ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তনৰ প্ৰভেদ লিখা। উত্তৰ : ভৌতিক পৰিবৰ্তন ৰাসায়নিক পৰিবৰ্তন 1. ভৌতিক পৰিবৰ্তন অস্থায়ী। 1. ৰাসায়নিক পৰিবৰ্তন স্থায়ী। 2. কোনো পদাৰ্থৰ ধৰ্মৰ পৰিবৰ্তন নহয় কেৱল অৱস্থাৰহে পৰিবৰ্তন হয়। 2. পদাৰ্থৰ ধৰ্মৰ পৰিবৰ্তন ঘটে। 3. এনে পৰিবৰ্তনত নতুন কোনো পদাৰ্থৰ উত্পন্ন নহয়। যেনে- পানীক চেচাঁ কৰিলে গোট মাৰি বৰফলৈ …

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে (Important Question Answer) Read More »

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় -2 1। তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ? (a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড। (b) ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড। (c) গাৰীৰ ইঞ্জি-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।                                                                                  (d) ফুলৰ পাহীৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ। (e) দৈৰ পৰা মাখন। (f) পানীৰ পৰা তেল। …

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

আমাৰ চাৰিওকাষৰ বস্তুবোৰ (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায়- ১ প্ৰশ্নাৱলী – ১ ১। তলৰ কোনবোৰ পদাৰ্থ ? চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস। উত্তৰ : পদাৰ্থ : চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়। ২। তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্ত্তৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্ত্ত ঠাণ্ডা বস্ত্তৰ গোন্ধ পাবলৈ বস্ত্তটোৰ ওচৰত যাব লাগে। …

আমাৰ চাৰিওকাষৰ বস্তুবোৰ (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »