Class 9 Mathematics

সংখ্যা প্ৰণালী (অনুশলী 1.4)

নৱম শ্ৰেণী গণিত ১। ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন কৰা। উত্তৰ : ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন — ২। 4.2̅6̅ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাৰেখাত প্ৰদৰ্শন কৰা। উত্তৰ : 4.2̅6̅ = 4.2626….. সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাৰেখাত প্ৰদৰ্শন–

সংখ্যা প্ৰণালী (অনুশলী 1.3)

নৱম শ্ৰেণী গণিত ১। তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা – i)36/100 ii)1/11    iii)4⅟8      iv)3/13   v)2/11   vi)329/400 Soln : i)36/100     =0.36 এইটো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি। ii)1/11 = 0.090909.. = 0.0̅9̅ এইটো এটা অবিৰত পৌন:পুনিক দশমিক বিস্তৃতি। iii)4⅟8 = 33/8 = 4.125 এইটো এটা পৰিসমাপ্ত …

সংখ্যা প্ৰণালী (অনুশলী 1.3) Read More »

সংখ্যা প্ৰণালী (অনুশীলনী 1.2)

নৱম শেণী গণিত ১। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। (ক) প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। (খ) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য’ত m এটা স্বাভাৱিক সংখ্যা। (গ) প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। উত্তৰ : (ক) সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা …

সংখ্যা প্ৰণালী (অনুশীলনী 1.2) Read More »

সংখ্যা প্ৰণালী (অনুশীলনী 1.1)

নৱম শ্ৰেণী 1/ শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়? ইয়াক p/q আৰ্হিত (ইয়াত, p,q অখণ্ড সংখ্যা আৰু q≠0) প্ৰকাশ কৰিব পাৰিনে? উত্তৰ : শূ্ন্যটো এটা পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াত, p,q অখণ্ড সংখ্যা আৰু q≠0 অৰ্থাত্, 0=0/1, 0/2 ইত্যাদি। ২। 3আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা। উত্তৰ : …

সংখ্যা প্ৰণালী (অনুশীলনী 1.1) Read More »

অধ্যায়-১ (NUMBER SYSTEM)

সংখ্যা : গণনা বা হিচাপ কৰিবলৈ ব্যৱহাৰ হোৱা চিন বা প্ৰতীক। যেনে- 5 স্বাভাবিক সংখ্যা :          N = {1,2,3,4……….অসীম} পূৰ্ণ সংখ্যা : W = {0,1,2,3,4……….অসীম} অখণ্ড সংখ্যা : Z = {- অসীম…….,-3,-2,-1,0,1,2,3……..অসীম} পৰিমেয় সংখ্যা : যিবোৰ সংখ্যাক p/q ৰূপত প্ৰকাশ কৰিব পাৰি। য’ত q≠0 যেনে : 5/7, 2/3, ½  ইত্যাদি। অপৰিমেয় সংখ্যা : যিবোৰ সংখ্যাক …

অধ্যায়-১ (NUMBER SYSTEM) Read More »