Class 10 Science

এছিড ক্ষাৰক আৰু লৱণ (পাঠভিত্তিত প্ৰশ্ন আৰু উত্তৰ)

দশম শ্ৰেণী বিজ্ঞান অধ্যায়-২ প্ৰশ্নাৱলী- ১ ১।তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? উত্তৰ : তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন …

এছিড ক্ষাৰক আৰু লৱণ (পাঠভিত্তিত প্ৰশ্ন আৰু উত্তৰ) Read More »

এচিড ক্ষাৰক আৰু লৱণ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

দশম শ্ৰেণী বিজ্ঞান অধ্যায়-২ ১। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত PH হ’ব পাৰে- a) 1     b) 4     c) 5     d) 10 উত্তৰ : d) 10  ২। এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উত্পন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে- a) NaCl  b) HCl   c) LiCl   …

এচিড ক্ষাৰক আৰু লৱণ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

জীৱন প্ৰক্ৰিয়া (অনুশীলনী-6)

দশম শ্ৰেণী বিজ্ঞান ১। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ- ক) পৰিপুষ্টি খ) শ্বসন গ) ৰেচন ঘ) পৰিবহন উত্তৰ: গ) ৰেচন ২। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল- ক) পানীৰ পৰিবহন খ) খাদ্যৰ পৰিবহন গ) এমিন’ এচিডৰ পৰিবহন ঘ) অক্সিজেনৰ পৰিবহন উত্তৰ: ক) পানীৰ পৰিবহন ৩। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়- ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী খ) পত্ৰহৰিত্ …

জীৱন প্ৰক্ৰিয়া (অনুশীলনী-6) Read More »

জীৱন প্ৰক্ৰিয়া (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 6 প্ৰশ্নাৱলী – ১ ১। মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় ? উত্তৰ : বহুকোষী জীৱ, যেনে – আমাৰ কোষবোৰৰ পাৰিপাৰ্শ্বিক পৰিবেশৰ লগত সম্পৰ্ক নাই। এতেকে শাৰীৰিক প্ৰতিটো কোষে পৰিবেশৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন নেপায়। গতিকে অক্সিজেন পোৱাৰ বাবে বহুকোষী জীৱৰ …

জীৱন প্ৰক্ৰিয়া (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10 ১।ফ তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? (a)পানী   (b)কাঁচ   (c)প্লাষ্টিক (d)মৃত্তিকা উত্তৰ : (a)পানী ২। অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসত্, থিয় আৰু লক্ষ্যবস্ত্ততকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্ত্তৰ অৱস্থান ক’ত হ’ব লাগিব? মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত। ভাঁজ কেন্দ্ৰত। ভাঁজ কেন্দ্ৰৰ বাহিৰত। দাপোনৰ মেৰু আৰু তাৰ …

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 1 ১। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?      2PbO(S) + C(S) → 2Pb(S) + CO2(g) (a) লেড বিজাৰিত হৈছে। (b) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে। (c) কাৰ্বন জাৰিত হৈছে। (d) লেড অক্সাইড বিজাৰিত হৈছে।      (i) (a) আৰু (b)      (ii) (a) আৰু (c)      (iii) (a),(b) আৰু (c) (iv) সকলো উত্তৰ …

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰন (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10 প্ৰশ্নাৱলী- ১ (Page- 168) ১।অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া। উত্তৰ : অৱতল দাপোণৰ ক্ষেত্ৰত মূখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰা ৰশ্মিবোৰ প্ৰতিফলকৰ পাছত মূখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মূখ্য ফ’কাছ বোলে। চিত্ৰত F হ’ল মূখ্য ফ’কাছ বোলে। ২। গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20cm । ইয়াৰ ফ’কাছ দৈৰ্ঘ্য …

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰন (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (চমু প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10 ১। পোহৰৰ প্ৰতিফলন কাক বোলে? উত্তৰ : যি পৰিঘটনাৰ দ্বাৰা মিহি সমতলত আপতিত হৈ নিৰ্দিষ্ট নিয়ম অনুসৰি পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায়, তাকে পোহৰৰ প্ৰতিফলন বোলে। ২। পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা লিখা। উত্তৰ : (ক) আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু (খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব …

পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (চমু প্ৰশ্ন আৰু উত্তৰ) Read More »

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ( পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ )

অধ্যায় ১ প্ৰশ্নাৱলী : ১ (Page- 6) ১। বায়ুত দহনৰ আগতে মেগেনছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয় ? উত্তৰ : বায়ুত দহনৰ আগতে মেগেনছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে। কাৰণ অপৰিস্কাৰ মেগনেছিয়াম ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে। 2Mg         +              O2            →            2MgO ২। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তলিত সমীকৰণ লিখা। (ক) হাইড্ৰ’জেন …

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ( পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ ) Read More »