সংহতি (অনুশীলনী 1.1)

দশম শ্ৰেণী উচ্চ গণিত 1. সংহতি A= {x:x 𝞊 N আৰু x ≤ 10} আৰু 𝟇 ৰ বাবে তলত দিয়া বিলাক নিৰ্ণয় কৰা (a) n(A) আৰু n(𝟇)    (b) n(AU𝟇) আৰু n(A∩𝟇) Soln : ইয়াত, A={x:x 𝞊 N আৰু x ≤ 10}

Read More

সংহতি (Set) আৰম্ভনি

Chapter-1 সংহতি(Set) : কিছুমান সুনিৰ্দিষ্ট বস্তুৰ গোট বা থূপ একোটাকেই সংহতি বুলি কোৱা হয়। এটা সংহতিৰ প্ৰতিটো বস্তুক মৌল বা উপাদান বুলি কোৱা হয়। ধৰাহল A={a,b,c} এটা সংহতি আৰু এই  A সংহতিটোত তিনিটা মৌল আছে।

Read More