debnathprosenjit872@gmail.com

অনুশীলনী : R-6 (দশম শ্ৰেণী গণিত)

পৰিমিতি ১। এটা আয়তৰ দীঘ 12cm আৰু প্ৰস্থ 4cm হ’লে আয়তটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা। উত্তৰ : দিয়াআছে, আয়তটোৰ দীঘ = 12cm আৰু প্ৰস্থ 4cm এতেকে, আয়তটোৰ পৰসীমা= 2 x (দীঘ + প্ৰস্থ)                  = 2x(12+4)                  = 2 x 16                  = 32cm আৰু আয়তটোৰ কালি = দীঘ x প্ৰস্থ              = 12 …

অনুশীলনী : R-6 (দশম শ্ৰেণী গণিত) Read More »

পৰিমিতি

পৰিসীমা : ১। n সংখ্যক বাহুবিশিষ্ট সুষম বহুভূজৰ পৰিসীমা = n x বাহুৰ দীঘ ২। বৰ্গৰ পৰিসীমা = 4 x বাহুৰ দীঘ ৩। আয়তৰ পৰিসীমা = 2 x (দীঘ + প্ৰস্থ) ৪। সামান্তৰিকৰ পৰিসীমা = 2 x (এযোৰ সন্নিহিত বাহুৰ দীঘৰ সমষ্টি) ৫। চতুৰ্ভূজৰ পৰিসীমা = চাৰিওটা বাহুৰ দীঘৰ সমষ্টি ৬। বৃত্তৰ পৰিসীমা = 2πr …

পৰিমিতি Read More »

দশম শ্ৰেণী গণিত অনুশীলনী (R-5)

দশম শ্ৰেণী গণিত (R-5) ১। সাধাৰণ উত্পাদক উলিওৱা (i) 14pq, 28p2q2   (ii) 16×3-4×2, 32x  (iii) 20pq, 30qr, 40rp     (iv) 3x2y3, 10x3y2, 6x2y2z উত্তৰ:(i) 14pq = 2 X 7 pq 28p2q2 = 2 X 2 X 7 X p X q X p X q এতেকে, সাধাৰণ উত্পাদক= 2 X 7 X p X q                  …

দশম শ্ৰেণী গণিত অনুশীলনী (R-5) Read More »

অনুশীলনী : R-4

দশম শ্ৰেণী গণিত (R4) ১। মান নিৰ্ণয় কৰা (i) 113   (ii) 2×103     (iii) (1/2)-5    (iv) (-4)-2 উত্তৰ : (i) 113 = 11 x 11 x 11              = 1331 (ii) 2×103 = 2 x 10 x 10 x 10          = 2000 (iii) (1/2)-5 = (2/1)5          = 25          = 32 (iv) (-4)-2 = …

অনুশীলনী : R-4 Read More »

অনুশীলনী : R-3

দশম শ্ৰেণী গণিত (R3) ১। তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয়? (i) 3757 (ii) 3375 (iii) 3332 (iv)4096 Soln : (i) 3757 = 13 x 17 x 17                                     = 13 x 172 যিহেতু, মৌলিক উত্পাদক কেইটা ত্ৰয় হিচাপে থকা নাই। গতিকে, 3757 সংখ্যাটো পূৰ্ণঘন সংখ্যা নহয়। উত্তৰ : (i) 3757 ২। তলৰ সংখ্যাকেইটাৰ ঘণফল নিৰ্ণয় …

অনুশীলনী : R-3 Read More »

অণু আৰু পৰমাণু (অণুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

Class 9 অণুশীলনী -3 ১। অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগৰ শতকৰা সংযুতি গণনা কৰা । উত্তৰ : 0.24g যৌগত আছে 0.096g ব’ৰণ। এতেকে, 100g যৌগত আছে = বৰণৰ ওজন / নমুনাৰ ওজন x 100                  = 0.096 x 100 / …

অণু আৰু পৰমাণু (অণুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »

অণু আৰু পৰমাণু (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-3) প্ৰশ্নাৱলী-১ ১। বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উত্পাদিত দ্ৰৱ্যবোৰ আছিল 2.2g কাৰ্বন ডাই অক্সাইড, 0.9g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। উত্তৰ : ছডিয়াম কাৰ্বনেটে + ইথানয়িক এছিড → ছডিয়াম ইথানয়েট + কাৰ্বন ডাই অক্সাইড + পানী ছডিয়াম …

অণু আৰু পৰমাণু (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ) Read More »

অনুশীলনী : (R-2)

দশম শ্ৰেণী গণিত (R2) ১। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ’ব ? (i) 272  (ii) 79   (iii) 400 (iv)2637 উত্তৰ: (i) 272 যিহেতু, 2×2 = 4 এতেকে, (272)2 ৰ এককৰ স্থানৰ অংকটো হ’ব 4 (ii) 79 উত্তৰ: 79 যিহেতু, 9×9 = 81 এতেকে, (79)2 ৰ এককৰ স্থানৰ অংকটো হ’ব 1 (iii) 400 উত্তৰ …

অনুশীলনী : (R-2) Read More »

অনুশীলনী : R-1

দশম শ্ৰেণী গণিত ১। তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব ? (a) 12:21 আৰু 32:56 (b) 18:30 আৰু 14:21 (c) 22:33 আৰু 33:24 (d) 24:28 আৰু 20:25 উত্তৰ : (a) 12:21 আৰু 32:56 ২। তলৰ কোণবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ? (a) 2,6,6,8 (b) 10,20,30,60 (c) p,pq,p2q,q2 (d) 6,20,4,30 উত্তৰ : (b) 18:30 আৰু 14:21 …

অনুশীলনী : R-1 Read More »

শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান অধ্যায়-২ ১। শব্দ কি আৰু ইয়াক কেনেকৈ উত্পন্ন কৰা হয়? উত্তৰ : শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বিভিন্ন বস্ত্তৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। ২। শব্দৰ উত্সৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উত্পন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰ : স্পন্দনশীল বস্তুৱে সন্মূখৰ বায়ু খিনিক ঠেলি …

শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ) Read More »