সংখ্যা প্ৰণালী (অনুশলী 1.4)

নৱম শ্ৰেণী গণিত

১। ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন কৰা।

উত্তৰ : ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন —

২। 4.2̅6̅ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাৰেখাত প্ৰদৰ্শন কৰা।

উত্তৰ : 4.2̅6̅ = 4.2626….. সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাৰেখাত প্ৰদৰ্শন–

Leave a Comment

Your email address will not be published. Required fields are marked *