পৰিমিতি

পৰিসীমা :

১। n সংখ্যক বাহুবিশিষ্ট সুষম বহুভূজৰ পৰিসীমা = n x বাহুৰ দীঘ

২। বৰ্গৰ পৰিসীমা = 4 x বাহুৰ দীঘ

৩। আয়তৰ পৰিসীমা = 2 x (দীঘ + প্ৰস্থ)

৪। সামান্তৰিকৰ পৰিসীমা = 2 x (এযোৰ সন্নিহিত বাহুৰ দীঘৰ সমষ্টি)

৫। চতুৰ্ভূজৰ পৰিসীমা = চাৰিওটা বাহুৰ দীঘৰ সমষ্টি

৬। বৃত্তৰ পৰিসীমা = 2πr

৭। ৰম্বাছৰ পৰিসীমা = 2 √ কৰ্ণ2 + কৰ্ণ2

বা ৰম্বাছৰ পৰিসীমা = 4 x বাহুৰ দীঘ

কালি :

১। বৰ্গৰ কালি = (বাহুৰ দীঘ)2

২। আয়তৰ কালি = দীঘ x প্ৰস্থ

৩। সামান্তৰিকৰ কালি = ভূমি x উচ্চতা

৪। বৃত্তৰ কালি = πr2

৫। ৰম্বাছৰ কালি = 1/2 x কৰ্ণ দু়ডালৰ দীঘৰ পূৰণফল

৬। ত্ৰিভূজৰ কালি = 1/2 x ভূমি x উচ্চতা

৭। ত্ৰেপিজিয়ামৰ কালি = 1/2 x সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি x উচ্চতা

৮। চতুৰ্ভূজৰ কালি = 1/2 x এডাল কৰ্ণৰ দীঘ x কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভূজ দুটাৰ উচ্চতাৰ সমষ্টি

আয়তন :

১। আয়তীয় ঘনকৰ আয়তন = l x b x h

২। ঘনকৰ আয়তন = l3

৩। চুঙাৰ আয়তন = πr2h

পৃষ্ঠকালি :

১। আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি = 2(lb+bh+hl)

২। ঘকৰ পৃষ্ঠকালি = 6l2

৩। চুঙাৰ মুঠ পৃষ্ঠকালি = 2πr (r + h)

৪। চুঙাৰ বক্ৰ পৃষ্ঠকালি = 2πrh

Leave a Comment

Your email address will not be published. Required fields are marked *