অনুশীলনী R-1

দশম শ্ৰেণী গণিত

১। তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব ?

(a) 12:21 আৰু 32:56

(b) 18:30 আৰু 14:21

(c) 22:33 আৰু 33:24

(d) 24:28 আৰু 20:25

উত্তৰ : (a) 12:21 আৰু 32:56

২। তলৰ কোণবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ?

(a) 2,6,6,8

(b) 10,20,30,60

(c) p,pq,p2q,q2

(d) 6,20,4,30

উত্তৰ : (b) 18:30 আৰু 14:21

৩। খালী ঠাই পূৰোৱা :

(i) বৃত্তৰ কালি, A= πr2

   যদি A বাঢ়ে তেন্তে, r ……। যদি r কমে তেন্তে A …..।

(ii) এখন গাড়ীৰ ভ্ৰমণৰ সময় (t) আৰু দূৰত্ব (d) সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ

t123456….….….
d48121620….28….36

খালী ঠাই পূৰোৱা :

(a) t আৰু d য়ে ……… ভাৱে বিচৰণ কৰে।

(b) t = 6 হ’লে d =…….

(c) d = 28 হ’লে t = ……

(d) d = 36 হ’লে t = ……

উত্তৰ : (i) বৃত্তৰ কালি, A= πr2

   যদি A বাঢ়ে তেন্তে, r বাঢ়ে । যদি r কমে তেন্তে A কমে ।

(ii) (a) t আৰু d য়ে সমানুপাতিক ভাৱে বিচৰণ কৰে।

(b) যিহেতু, t/d = 1/4

t = 6 হ’লে

   6/d = 1/4

   => 6×4 = 1xd

   => d = 24

(c) d = 28 হ’লে

   t/28 = 1/4

   => 4xt = 28×1

   => t = 28/4

   => t = 7

(d) d = 36 হ’লে

   t/d = 1/4

   => t/36 = 1/4

   => t = 36/4

   => t = 9

৪। যদি p α q আৰু p=6 হ’লে q = 30, এতিয়া p= 2, তেন্তে q ৰ মান কিমান ?

(a) 12   (b) 20   (c) 10   (d) 15

Soln : ইয়াত, p α q

=> p = k.q, কোনো ধ্ৰুৱক k ৰ বাবে ….. (i)

যিহেতু, q= 30 আৰু p= 6

6= k x 30

=> k = 6/30

=> k = 1/5

(i) ত k= 1/5 বহুৱাই,

p=1/5q

যেতিয়া, p=2

=> 2 = 1/5q

=> q = 2×5

=> q = 10

এতেকে, উত্তৰ : (c) 10

৫। তলৰ তালিকা খনৰ খালী ঠাইত y ৰ মান-

x1248
y32168

(a) 8    (b) 6    (c) 4    (d) 2

উত্তৰ : (c) 4

Write a comment