অধ্যায়-১ (NUMBER SYSTEM)

সংখ্যা : গণনা বা হিচাপ কৰিবলৈ ব্যৱহাৰ হোৱা চিন বা প্ৰতীক। যেনে- 5

স্বাভাবিক সংখ্যা :          N = {1,2,3,4……….অসীম}

পূৰ্ণ সংখ্যা : W = {0,1,2,3,4……….অসীম}

অখণ্ড সংখ্যা : Z = {- অসীম…….,-3,-2,-1,0,1,2,3……..অসীম}

পৰিমেয় সংখ্যা : যিবোৰ সংখ্যাক p/q ৰূপত প্ৰকাশ কৰিব পাৰি। য’ত q≠0

যেনে : 5/7, 2/3, ½  ইত্যাদি।

অপৰিমেয় সংখ্যা : যিবোৰ সংখ্যাক p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি।

যেনে :  √2, √3, √5  ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *